ছাছপেণ্ড ইন্সপেক্টৰ বড়োৰ বাবে সাজু হৈছে লোকেল কুংফু টীম।ছাছপেণ্ড ইন্সপেক্টৰ বড়োৱে ৭ডিচেম্বৰ মুক্তি লাভ কৰিব।এই সম্পৰ্কে কেনী বসুমতাৰীয়ে এনেদৰে কয়-আমাৰ দলটোৱে তৃতীয়খন ছবিৰ বাবে সাজু হৈছো।ছাছপেণ্ড ইন্সপেক্টৰ বড়ো এখন একচনধৰ্মী চিনেমা।ইয়াত মুম্বাইৰ পুনম গুৰুঙে অভিনয় কৰিছে ।চিনেমাখনৰ হিন্দী সংস্কৰণো প্ৰস্তুত কৰা হৈছে ।চিনেমা খন প্ৰযোজনা কৰিছে ভীষণ ৰায়, প্ৰিয়মা গোস্বামী আৰু কেনীয়ে।চিনেমাখনৰ পাৰ্শ্ব সংগীত আৰু ছাউণ্ড ডিজাইন কৰি মাৰাঠী ফিল্মফেয়াৰ বঁটা পাপক উৎকেশ ধোটেকাৰ আৰু ৰঞ্জন পাটনায়কে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী