ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ অধীনত ৩ ডিচেম্বৰৰ পৰা ১২ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে দুঃসাহসিক ক্ৰীড়াৰ এলানি প্ৰশিক্ষণ।অৰুণাচলপ্ৰদেশ, মেঘালয়,মণিপুৰ,মিজোৰাম,নগালেণ্ডৰ লগতে অসমৰ ২৫গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।এই সম্পৰ্কে আই আই ইৰ সঞ্চালক ডক্টৰ অভিজিত শৰ্মাই কয় যে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে দুঃসাহসিক ক্ৰীড়াক আগবঢ়ায় নিবলৈ পদক্ষেপ গ্ৰহণ কৰি আহিছে ।আমাৰ আশা প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি সংস্থাপিত হোৱাৰ লগতে অঞ্চলটোক আগবঢ়ায় নিব।
Trending
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা