বহু প্ৰত্যাশিত বগীবিল দলঙৰ আজি উদ্বোধন হ’ল।দেশৰ প্ৰধানমন্ত্ৰীয়ে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।প্ৰায় ৫হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা দলংখন নিৰ্মাণত গেমন ইণ্ডিয়া, জি এম বি এইচ, হিন্দুস্তান কনষ্টাকচন কোম্পানী জৰিত হৈ আছে ।অসম চুক্তিৰ আধাৰত নিৰ্মাণত দলং খনৰ দৈৰ্ঘ্য ৪.৯কি.মিটাৰ।দুখলপীয়া দলংখনত আছে ৰেল চলাচলৰো সুবিধা ।ইয়াৰ জৰিয়তে কেৱল উত্তৰ পৰীয়া ৰাইজৰ সুবিধা নহয় দুখন ৰাজ্যৰ মাজত ৪ঘণ্টা সময়ৰ দূৰত্ব হ্ৰাস হ’ব।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press