এল বি গ্ৰুপৰ সোণালী জয়ন্তী অনুষ্ঠান ২৫ জানুৱাৰীত অনুষ্ঠিত হ’ব।প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হ’ব লগা অনুষ্ঠানটোত বিশিষ্ট অতিথি ৰূপে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰণ ৰিজিজু উপস্থিত থাকিব ।কালি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদ মেলত এল. বি গ্ৰুপে জানিবলৈ দিয়ে যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি lndia:Examining the past, interpreting the future শীৰ্ষক এক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হ’ব ।এল. বি গ্ৰুপে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে।তাৰ ভিতৰত ক্ৰিকেট প্ৰতিযোগিতা, স্বাস্থ্য সজাগতা শিবিৰ, বৃক্ষৰোপন, বৃদ্ধাশ্ৰমৰ বাবে সাহাৰ্য্য প্ৰদান আদিবোৰ অন্যতম ।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন