আমাৰ বিষয়ে দুআষাৰ

অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ নিউজ পৰ্টেল এন ই ফ’কাচ ডট কম।২০১৬ চনৰ ১৫ আগষ্টত সংগীতা শইকীয়াৰ প্ৰচেষ্টাত  এন ই ফ’কাচ ডট কম আৰম্ভ হৈছিল । আমাৰ উদ্দেশ্যে হ’ল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ধৰণৰ ইতিবাচক খবৰ সম্প্ৰচাৰ কৰি সুস্থ জনমত গঢ়ি তোলা।গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এন ই ফ’কাচ ডট কম জনসাধাৰণৰ প্ৰতি সদায়ে দায়বদ্ধ ।

????????????????????????????????????