আৱৰ্জনা নিস্কাষণৰ ক্ষেত্ৰলৈ সুখবৰ

আৱৰ্জনা ব্যৱস্থাপনা ক্ষেত্ৰলৈ সুখবৰ কঢ়িয়াই আনিছে কেইজন ছাত্ৰই।তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অংকুৰ চহৰীয়া আৰু কেইগৰাকীমান ছাত্ৰই আৱৰ্জনা ব্যৱস্থাপনাৰ সম্পৰ্কত প্ৰকল্প প্ৰস্তুত কৰিছে।ইতিমধ্যে এই প্ৰকল্পটো শোণিতপুৰ জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহত প্ৰদৰ্শিত হৈছে।আৱৰ্জনা নিস্কাষণৰ ক্ষেত্ৰত প্ৰকল্পটোৱে পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।

Comments (0)
Add Comment