৩০ নং চাংগা মাজুলী সমষ্টিৰ পৰিষদীয় গাঁও সভালৈ আহ্বান

সন্মিলিত গণশক্তি অসম দলৰ মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত ৩০ নং চাংগা মাজুলী সমষ্টিৰ পৰিষদীয় গাঁওসভা অহা ২৪ তাৰিখ সোমবাৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় প্ৰাংগনত পুৱা দহ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ উক্ত গাঁও সভাত ৩০ নং চাংগা মাজুলী সমষ্টিৰ প্ৰতিগৰাকী দল সংগঠন, জেষ্ঠ্য নাগৰিক, শিক্ষাবিদ, বুদ্ধিজীৱি, যুৱক সংঘ, পঞ্চায়ত প্ৰতিনিধি আৰু নিৰ্বাচিত জিলা পৰিষ সদস্যৰ লগতে গাঁও উন্নয়ন সমিতি তথা উপসমিতিক উপস্থিত থাকিবলৈ ৩০ নং চাংগা মাজুলী সমষ্টিৰ সাধাৰণ সদস্য নীলকান্ত দলেয়ে আহ্বান জনাইছে৷

Comments (0)
Add Comment