সন্মিলিত গণশক্তি অসম দলৰ মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত ৩০ নং চাংগা মাজুলী সমষ্টিৰ পৰিষদীয় গাঁওসভা অহা ২৪ তাৰিখ সোমবাৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয় প্ৰাংগনত পুৱা দহ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ উক্ত গাঁও সভাত ৩০ নং চাংগা মাজুলী সমষ্টিৰ প্ৰতিগৰাকী দল সংগঠন, জেষ্ঠ্য নাগৰিক, শিক্ষাবিদ, বুদ্ধিজীৱি, যুৱক সংঘ, পঞ্চায়ত প্ৰতিনিধি আৰু নিৰ্বাচিত জিলা পৰিষ সদস্যৰ লগতে গাঁও উন্নয়ন সমিতি তথা উপসমিতিক উপস্থিত থাকিবলৈ ৩০ নং চাংগা মাজুলী সমষ্টিৰ সাধাৰণ সদস্য নীলকান্ত দলেয়ে আহ্বান জনাইছে৷
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি