অসম খেলুৱৈৰ কৃতিত্ব

অসম আৰু ঝাৰখণ্ডৰ মাজত ঝাৰখণ্ডৰ ৰাঁচীত চলি থকা ৰঞ্জীত ট্ৰফীত অৰুপ দাসে ২০০টা উইকেট দখল কৰি কৃতিত্ব লাভ কৰে।অসমৰ বৰপেটাৰ সন্তান অৰুপ দাসে প্ৰথম শ্ৰেণী ২০০টা উইকেট দখল কৰি বেগী বলাৰৰ কৃতিত্ব অৰ্জন কৰে।উল্লেখযোগ্য যে ইতিপূৰ্বে অসমৰ আৰ্লেন কোঁৱৰে ২০০টা উইকেট দখল কৰিছিল।

Comments (0)
Add Comment