অসমৰ সংস্কৃতি ঐতিহ্য বৰ্ণনা কৰিলে বলিউডৰ তাৰকাই

ফিল্ম ফেয়াৰ এৱাৰ্ড সমাগত।অসম পৰ্যটন বিভাগে আগন্তুক ফিল্ম ফেয়াৰ এৱাৰ্ড উপলক্ষে মুকলি কৰিছে বহুকেইটা প্ৰম’।অসমৰ কলা সংস্কৃতি ঐতিহ্য বৰ্ণনা কৰি ভূমি পাডনেকাৰ, বৰুণ ধাৱন,আয়ুস্মান খুড়ানাই বহুকেইটা  প্ৰম’ত অংশ লোৱা দেখা গৈছে ।য’ত মাজুলীৰ মুখা লিল্প,মহা ব্ৰক্ষ্মপুত্ৰ,কাজিৰঙাৰ বিভিন্ন জনগোষ্ঠীৰ নৃত্য সমাহাৰ ঘটিছে ।ভিডিঅ’ কেইটাই চ’চিয়েল মেডিয়াত বেচ চৰ্চা লাভ কৰিছে ।

Comments (0)
Add Comment