এন আৰ এলে বয়োজেষ্ঠ অভিনেতালৈ সন্মান আগবঢ়ালে

এন আৰ এলে অসমীয়া চলচ্চিত্ৰ জগতৰ দুগৰাকী শীৰ্ষস্থানৰ প্ৰবীন অভিনেতা নিপন গোস্বামী আৰু বিদ্যা ৰাও নেয়াৰলৈ ১৩ ফেব্ৰুৱাৰীত সন্মান  আগবঢ়াইছে।অসমীয়া চলচ্চিত্ৰ জগতৰ লগতে সমাজলৈ আগবঢ়োৱা উৎকৃষ্ট মানৰ সেৱাৰ বাবে এন আৰ এলে এই সন্মান জনাইছে।এন আৰ এলৰ এম ডি এছ কে বৰুৱাই বয়োজ্যেষ্ঠ শিল্পী দুগৰাকীলৈ ১.৫ লাখ টকাৰ চেক হস্তান্তৰ কৰিছে।

Comments (0)
Add Comment