ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ মনোজলৈ

২০১৮ বৰ্ষৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ আগবঢ়াইছে় শিল্পী মনোজ দাসলৈ।বৰপেটাৰ শিল্পীগৰাকীয়ে খোলবাদ্যক আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিয়াৰ বাবে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে ।উল্লেখযোগ্য যে ইতিপূৰ্বেও মনোজ দাসে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে প্ৰদান কৰা National young artist scholarship award আৰু junior research fellowship লাভ কৰিবলৈ সক্ষম হৈছিল ।বৰ্তমান দাস বিভিন্ন অনুষ্ঠানৰ প্ৰশিক্ষক নিয়োজিত হৈ আছে।

Comments (0)
Add Comment