ক’ভিডৰ এছ অ’ পি জানুৱাৰীৰ প্ৰথম সপ্তাহত আহিব পাৰে- স্বাস্থ্যমন্ত্ৰী

দেশজুৰি ক’ৰণা নতুন ভেৰিয়েণ্ট BE7 ৰ সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰি থকাৰ সময়তে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই SOP ৰ‌ সম্পৰ্কে এই মন্তব্য কৰিছে।এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে জানুৱাৰীৰ প্ৰথম সপ্তাহত ক’ভিডৰ SOP অসমত আহিব পাৰে। অৱশ্যে এই সিদ্ধান্ত অসম চৰকাৰে গ্ৰহণ কৰিব। লগতে মাস্ক পৰিধানৰ তেখেতে কয় যে মাস্ক পৰিধান কৰাটো জনতা বাবে ভাল। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰি থাকক।

Comments (0)
Add Comment