চন্দ্ৰযানৰ সমান্তৰালভাৱে চৰ্চিত এটি নাম-নিধি শৰ্মা

চন্দ্ৰযান -২মিছন লগত জড়িত হৈ আছে এগৰাকী অসম কন্যা।নিধি শৰ্মা নামৰ এগৰাকী মহিলা চন্দ্ৰযান উৎক্ষেপণ লগত জড়িত হৈ থকা খবৰে সকলোকে উৎফুল্লিত কৰি তুলিছে ।উল্লেখযোগ্য যে সম্প্ৰতি নিধি শৰ্মা ইছৰোত বিজ্ঞানী হিচাপে কৰ্মৰত হৈ আছে । নিধি শৰ্মাৰ ঘৰ শিলচৰত ।চলিত বৰ্ষত তেখেতে তিনিচুকীয়াৰ এজন যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল ।পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি তেখেতে পূজাত তিনিচুকীয়ালৈ আহিব।যি সময়ত সমগ্ৰ বিশ্বতে চন্দ্ৰযান উৎক্ষেপণৰ সম্পৰ্কে আলোচনা অব্যাহত আছে, সেই সময়ত অসম জীয়াৰী নিধি শৰ্মাৰ নাম বেচ চৰ্চিত হৈ পৰিছে ।


Comments (0)
Add Comment