জনসজাগতাৰ বাৰ্তা বিলাই আহ্বান জনালে

যোৱা শুক্ৰবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে  ৫এপ্ৰিল নিশা ৯বজাত ৯ মিনিটৰ বাবে চাকি অথবা মম বাতি জনাবলৈ আহ্বান জনাইছিল।
 
 
 
এই আহ্বানৰ পিছতেই পি আই বিৰ প্ৰিন্সিপাল ডাইৰেক্টৰ জেনেৰেল কে এছ ধাতৱালিয়াই এল’কহল যুক্ত চেনিটাইজাৰ লগাই মমবাতি, চাকি নজ্বলাবলৈ আহ্বান জনাইছে ।অনুৰূপভাৱে আহ্বান জনাইছে ভাৰতীয় সেনাইও।
 
 
আনহাতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সকলো লোককে হাত ধুইহে মম, চাকি জ্বলোৱাৰ বাবে আহ্বান জনাইছে।

Comments (0)
Add Comment