থ’ট প্ৰচেছ উন্মোচন

ৰাজ্যিক উদ্ভাৱনী আৰু ৰুপান্তৰ আয়োগৰ দ্বাৰা প্ৰকাশ কৰা থ’ট প্ৰচেছ শীৰ্ষক এখন আলোচনী আনুষ্ঠানিকভাৱে মুকলি হয়।কৃষি, পশুপালন, দুগ্ধ,মীন আদি বিষয় আলোচনীখনত সন্নিৱিষ্ট থাকিব ।আলোচনীখন উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।

Comments (0)
Add Comment