নেহা কাক্কৰৰ ইম্পেৰিয়েল ব্লু নাইটৰ অনুষ্ঠান

বিগত চাৰি বছৰে ভাৰতত জনপ্ৰিয়তা লাভ কৰাৰ পিছত পুনৰ পঞ্চমটো ছিজনে ভাৰতবাসীক মনোৰঞ্জন প্ৰদান কৰিবলৈ আৰম্ভ হৈছে ইম্পেৰিয়েল ব্লু ছুপাৰ হিট নাইটে।বহু প্ৰত্যাশিত এই সংগীতৰ যাত্ৰা লক্ষ্ণৌত আৰম্ভ হৈ অৱশেষত ভাৰতৰ আটাইতকৈ জনপ্ৰিয় চুপাৰ ষ্টাৰ নেহা কাক্কৰ পঞ্চমটো যাত্ৰা।এই পঞ্চমটো ছিজন সন্দৰ্ভত পাৰ্ন’ব ৰিকাৰ্ড ইণ্ডিয়াৰ মুখ্য বিপণন বিষয়া কাৰ্তিক ম’হিন্দ্ৰাই কয় যে -ইম্পেৰিয়েল ব্লু নাইটে কৰি মান্যতা লাভ কৰিবলৈ সক্ষম হৈছে ।বলিউডৰ কণ্ঠ একক সংযোজন এই পঞ্চম সংস্কৰণ ত জনপ্ৰিয় কণ্ঠশিল্পী নেহা কাক্কৰ অনুষ্ঠান আগবঢ়াবলৈ উৎসাহী হৈ আছে।নেহা কাক্কৰ সৈতে অনুষ্ঠান পৰিৱেশন কৰিব ডি জে সুকেতুৱে।গুৱাহাটীৰ ভিভাণ্টাত অনুষ্ঠিত কৰা সংবাদ মেলত নেহা কাক্কৰ কয় যে ইম্পেৰিয়েল ব্লু ছুপাৰহিট নাইটক দেশৰ সংগীত আৰু মনোৰঞ্জন জগতৰ সৰ্ববৃহৎ ষ্টৰহাউছ হিচাপে জনা যায় ।লক্ষ্ণৌত ছুপাৰহিট হোৱাৰ দৰে গুৱাহাটীও দৰ্শকে আদৰি ল’ব বুলি মই আশাবাদী ।ইয়াৰ পিছত ক্ৰমে উদয়পুৰ, ইণ্ডো আদিত অনুষ্ঠান পৰিৱেশন কৰিম ।

Comments (0)
Add Comment