পুনৰ উজলি উঠিছে যোৰহাট জে বি কলেজ

পুনৰ উজলিল যোৰহাটৰ ঐতিহ্যমণ্ডিত জে বি কলেজ।ভাৰতৰ ৫০০ খন স্বায়ত্ব শাসিত মহাবিদ্যালয় ভিতৰতে ৭৫ সংখ্যক স্থান দখল কৰিলে জে বি কলেজে।উল্লেখযোগ্য যে উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জে বি কলেজে শিক্ষা,সংস্কৃতিৰ,সমাজ, ৰাজনীতি ক্ষেত্ৰত আগবঢ়াই আহিছে।ইয়াৰ পূৰ্বেও ঐতিহ্যমণ্ডিত জে বি কলেজ খনে লাভ কৰিছে বিভিন্ন সন্মান। ইয়াৰ উপৰিও জে বি কলেজে নাকৰ A গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে।

Comments (0)
Add Comment