ফুড প্লাজা উন্মোচন

কামাখ্যা ৰেলৱে ষ্টেছনৰ ৪নং প্লেটফৰ্মত শুক্ৰবাৰে ২৪ ঘণ্টা মুকলি থাকিবলগীয়া এখন ফুড প্লাজা মুকলি কৰে।প্লাজাখন আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী লোকসভাৰ সমষ্টিৰ সাংসদ কুইন ওজাই।উত্তৰ পূবৰ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠানটোত কুইন ওজাই যাত্ৰী সকলৰ লগতে ৰেলযাত্ৰী সকলক বহু পৰিমাণে প্লাজা খনে সকাহ যোগাব বুলি মন্তব্য কৰে।অনুষ্ঠানত ৰেলৱেৰ প্ৰধান বাণিজ্যিক প্ৰবন্ধক অনিত দৌলত, কামাখ্যা ৰেলৱে ষ্টেছনৰ অধীক্ষক প্ৰাঞ্জল দাসকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Comments (0)
Add Comment