মধুচন্দা অধিকাৰীৰ কৃতিত্ব

সামাজিক সাংস্কৃতিক সংগঠন ব্যতিক্ৰমে এন আৰ এলৰ ক’ৰ্পাৰেট কমিউনিকেচনৰ বিষয়া মধুচন্দা অধিকাৰী ২০১৯বৰ্ষৰ মহিলা বঁটাৰে সন্মানিত কৰিছে।এটা ট্ৰফী আৰু এখন প্ৰশস্তি পত্ৰই সমৃদ্ধ এই বঁটা প্ৰদান কৰে প্ৰসিদ্ধ চলচিত্ৰ পৰিচালিকা ৰীমা দাস আৰু হিমানী শিৱপুৰীয়ে।২০ছেপ্তেম্বৰত অনুষ্ঠিত এক কাৰ্য্যসূচীত অধিকাৰীক এই বঁটা প্ৰদান কৰে ।উল্লেখযোগ্য যে নাৰীত্বৰ সন্মানৰ প্ৰদৰ্শন কৰি অহা সংশ্লিষ্ট ক্ষেত্ৰৰ উত্তৰ পূৰ্বাঞ্চলৰ মহিলাক এই বঁটা প্ৰদান কৰি অহা হৈছে ।

Comments (0)
Add Comment