মে’মাহৰ পৰা আৰম্ভ হ’ব ইলেকট্ৰিক বাছৰ সেৱা

অচিৰেই গুৱাহাটীৰ ৰাজপথত চলাচল আৰম্ভ হ’ব ইলেকট্ৰিক বাছৰ সেৱা।অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত চলাচল কৰিবলগীয়া বাছ সমূহ প্ৰথম পৰ্য্যায়ত ২৫ খন বাছ মুকলি কৰা হ’ব  ।উল্লেখযোগ্য যে মহানগৰীত দ্ৰুত হাৰত বৃদ্ধি পোৱা প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাৰ বাবে এনে বাছৰ ব্যৱস্থা কৰা হৈছে ।এই প্ৰদূষণ বিহীন বাছ সমূহত থাকিব ৩০ জন যাত্ৰী বহিব পৰা সুবিধা ।স্মতব্য যে ইতিমধ্যে এই ২৫খন বাছৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈছে।অহা মে’ মাহৰ পৰা খানাপাৰাৰ পৰা কামাখ্যালৈ এই বাছ সমূহ চলাচল কৰিব।

Comments (0)
Add Comment