সন্তোষ ট্ৰফীৰ জাৰ্ছী মুকলি

৭৬তম সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া অসম দলটোৰ আজি জাৰ্ছী মুকলি হয়। কোকৰাঝাৰ স্থিত বড়োলেণ্ড গেষ্ট হাউছত হাউছতত সংবাদ মেলৰ জৰিয়তে অসম দলটোৰ জাৰ্ছী মুকলি হয়।জাৰ্ছী মুকলি অনুষ্ঠানত‌ অসম ফুটবল সন্থাৰ‌ সম্পাদক হেমন্দ্ৰ নাথ ব্ৰক্ষ্ম,বি টি আৰৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়ো উপস্থিত আছিল। উল্লেখযোগ্য যে বি টি আৰৰ সদৰ কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাখনৰ‌‌ গ্ৰুপ তিনিৰ লীগ মেচ অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment