Browsing Category
সুখবৰ
কামৰূপ জিলা ন্যায়িক আদালত চৌহদত ১৩ আগষ্টত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত
কামৰূপ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আমিনগাঁওস্থিত জিলা ন্যায়িক আদালত চৌহদত অহা ১৩ আগষ্টত এখন ৰাষ্ট্ৰীয় লোক…
“শতদল”ৰ উদ্যোগত মহিলাৰ আৰ্থিক সৱলীকৰণৰ প্ৰশিক্ষণ
অসমৰ অন্যতম অগ্রণী স্বেচ্ছাসেৱী সামাজিক, সাংস্কৃতিক অনুষ্ঠান "শতদল"ৰ উদ্যোগত আজি ইংৰাজী ১৭ জুলাইত মহিলাৰ আৰ্থিক…
তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ গ্রীষ্মকালীন নৃত্য কৰ্মশালাৰ সামৰণি
ৰাজ্যখনৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ,গুৱাহাটীৰ নাৰেংগী বীৰকুছিস্থিত তুলিকা নৃত্যাঞ্জলি কলাকেন্দ্ৰই উঠি অহা নতুন…
বৰপেটাৰ সৌৰভ অক্ষয় কুমাৰ মিশ্ৰলৈ সুন্দৰৰ সাধক অনন্ত ৰাম দাস বঁটা
অসমীয়া সাহিত্যৰ সৃষ্টিশীল সাধক অনন্ত ৰাম দাসৰ ১৯ জুলাইত বিংশতিতম স্মৃতি দিৱসৰ প্ৰাকক্ষণত অধ্যয়নশীল , চিন্তাশীল…
জামুগুৰিহাটৰ টৌভঙা তৰাজানত নয়নজ্যোতি যুৱক সংঘৰ উদ্যোগত কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টৌভঙা তৰাজান প্ৰাথমিক বিদ্যালয়ৰ ৰঙ্গমঞ্চত আজি নয়নজ্যোতি যুৱক সংঘৰ উদ্যোগত উচ্চ আৰু…
গুৰুজনাৰ অমৰ সৃষ্টি ধৰি ৰখাৰ প্ৰয়াস নগাঁৱৰ হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ
গুৰুজনাৰ অমৰ সৃষ্টি ধৰি ৰখাৰ প্ৰয়াস নগাঁৱৰ হাতীচোং শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ। বিগত বৰ্ষৰ দৰে এই বৰ্ষতো…
পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
বিগত বৰ্ষৰ দৰে এইবাৰো পাণ্ডু সদিলাপুৰস্থিত পশ্চিম গুৱাহাটী জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস অলপতে বিদ্যালয় প্ৰাংগনত…
গুৱাহাটীত সুৰতীৰ্থৰ উদ্যোগত অসমীয়া পুৰণি গীতৰ কৰ্মশালা সম্পন্ন
অসমৰ অগ্ৰণী সমাজসেৱী সাংস্কৃতিক সন্থা সুৰতীৰ্থৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰীৰ জ্যোতি নগৰস্থিত পূৱ গুৱাহাটী উচ্চ…
কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ আই চি এ আৰ প্ৰতিষ্ঠা দিৱস উদযাপন
সমগ্ৰ ভাৰতবৰ্ষত ১৬ জুলাইত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ আই চি এ আৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰিছে। এই উপলক্ষে…
সাংস্কৃতিক সাংবাদিক সন্থা অসমৰ নতুন কমিটি গঠন
শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত'সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ প্ৰথমখন অধিৱেশনত সন্থাটিৰ নতুন কাৰ্যনিৰ্বাহক…