নগাঁৱত ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানৰ কৰ্মশালা
ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা অভিযানৰ নিৰ্দেশত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু নগাঁও গোপীনাথ দেৱগোস্বামী…
১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব কেপ্টেইন জিণ্টু গগৈ সোঁৱৰণী অষ্টাদশ ফুটবল…
অহা ১৫ ফেব্ৰুৱাৰীত দুলীয়াজান নেহৰু ময়দানত অনুষ্ঠিত হ’ব বহু কেপ্টেইন জিন্টু গগৈ সোঁৱৰণী অষ্টাদশ ফুটবল টুৰ্নামেন্টৰ…
মুম্বাইৰ Women’s Premier League স্থান লাভ জিণ্টিমণি কলিতাৰ
Women's Premier League ত স্থান লাভ কৰিছে অসমৰ জিণ্টিমণি কলিতাই। মুম্বাইত অনুষ্ঠিত WPL নিলাম অনুষ্ঠানত মুম্বাইৰ…
ভাৰতত ১০ নিযুততকৈ অধিক মৃগীৰোগী আছে- ডাঃ নোমল চন্দ্ৰ বৰা
আন্তঃৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস উপলক্ষে উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণক মৃগীৰোগৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে আজি জিএনআৰচি…
বিনীতা দেৱীলৈ ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিজ্ঞান শিক্ষক বঁটা
ৰাজস্থানৰ নোখাৰ মুকামত ১১ আৰু ১২ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্য্যসূচীৰে ৰমন বিজ্ঞান আৰু প্ৰযুক্তি ন্যাসৰ দ্বাৰা…
উপৰহালী প্ৰগতি সাহিত্য সভাৰ ৪৬ তম্ অধিবেশন সম্পন্ন
অসম সাহিত্য সভাত থুপ খাই আছে অসমৰ ভাষা, সংস্কৃতি তথা সাহিত্যৰ ১০০ বছৰীয়া সোণালী ইতিহাস। জাতি-ধৰ্ম নিৰ্বিশেষে ১৯১৭…
অৰুণোদয় সাহিত্য চ’ৰাৰ সাহিত্য বৈঠক সম্পন্ন
২০০৯ চনতে নগাঁৱৰ লক্ষীনগৰত জন্ম লাভ কৰা স্বতন্ত্র ভাষা-সাহিত্যৰ অনুষ্ঠান অৰুণোদয় সাহিত্য চ'ৰাৰ ফেব্ৰুৱাৰী মাহৰ…
ব্ৰেইলী পদ্ধতিত গ্ৰন্থ লিখি উলিয়াইছে এগৰাকী প্ৰতিবন্ধীয়ে
চিমেন চাপৰিৰ চেৰেন পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া কাৰ্যসূচীৰে চলি থকা শ্ৰীমন্ত শঙ্কৰ সংঘৰ অধিবেশনত…
নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰথম গৰাকী বিজেপি বিধায়কৰ জয় লাভ
সমাগত লৈ নগালেণ্ড বিধানসভা নিৰ্বাচন। অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ ১৭…
গুৱাহাটীত পদপথৰ অঘৰী লোকৰ মাজত লেংডন ফাউণ্ডেশ্যনৰ খাদ্য বিতৰণ
ৰাজ্যৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন লেংডন ফাউণ্ডেশ্যনে প্ৰতি সপ্তাহৰ শনিবাৰে গুৱাহাটীৰ পদপথত বসবাস কৰা অঘৰী…