ডিজাইনাৰ সংযুক্তা দত্তৰ অন্য এক পদক্ষেপ
অসমীয়া পৰম্পৰাগত হস্ততাঁত আৰু বস্ত্ৰশিল্পক প্ৰসাৰৰ বাবে উদ্যোগ লোৱা উদ্যমীসকলৰ ভিতৰত ডিজাইনাৰ সংযুক্তা দত্ত অন্যতম…
পৰ্যটন ক্ষেত্ৰসমূহ উন্নয়ন কৰিছে অসম পৰ্যটন উন্নয়ন নিগমে
অসম পৰ্যটন উন্নয়ন নিগমে পৰ্যটন ক্ষেত্ৰসমূহ প্ৰসাৰৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে।ইয়াৰ ভিতৰত ডিব্ৰুগড়ৰ জালান নগৰত…
তেজপুৰৰ শিশু বিজ্ঞানীক নাছাৰ স্বীকৃতি
শনিৰ উপগ্ৰহত জীৱৰ সন্ধান শীৰ্ষক লেখাৰে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ এজন শিশু বিজ্ঞানী।তেজপুৰ গুৰুকুল…
বিশ্ব কিডনী দিৱসৰ আঁত ধৰি
আজি বিশ্ব কিডনী দিৱস ।জনসাধাৰণৰ মাজত সজাগ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে আজি সমগ্ৰ বিশ্বজুৰি এই দিৱস উদযাপিত হৈছে…
উচ্চ ন্যায়ালয়ত নতুন সংযোজন
গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা নতুন গৃহৰ সংযোজন হৈছে।পুৰণি বিল্ডিং আৰু নতুন বিল্ডিং সংযোগী এই গৃহটো নিৰ্মাণ কৰোতে ব্যয়…
বৃক্ক দিৱস উদযাপন কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে
কালিলৈ বিশ্ব কিডনী দিৱস।সেই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কিডনী বিভাগে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিব।আজি…
কেবাগৰাকীৰ ৰোৱনীৰ কাম সমাপন কৰিব শস্য ৰোৱা যন্ত্ৰই
পথাৰত ধান ৰুবলৈ ৰোৱনীৰ বাৰুকৈয়ে অভাৱ অনুভৱ কৰিছিলো।যাৰ বাবে কঠিয়া ৰুব পৰা যন্ত্ৰটো উদ্ভাৱন কৰো।এই মন্তব্য মৰিগাঁৱৰ…
উদ্যমী হৈ বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে মানস কলিতা
এসময়ত এইছ ডি এফ চি বেংকত চাকৰি কৰিছিল তেওঁ।কিন্তু চাকৰিৰ মোহে তেওঁক আবদ্ধ কৰি ৰাখিব নোৱাৰিলে ।কাৰণ তেওঁ উদ্যমী…
বৈঠক অনুষ্ঠিত
ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ গুৱাহাটী লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কাৰ্য্যালয়ত…
ভাষা ৰক্ষাৰ বাবে যুঁজিব অসম সাহিত্য সভাই
অসমত অসমীয়া তথা খিলঞ্জীয়া ভাষাসমূহৰ বিকাশ আৰু বিস্তৃতিৰ বাবে ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত অসমীয়া মাধ্যমৰ প্ৰাণ…