সুখবৰ
admin

তিনিচুকীয়াত জলসম্পদ বিভাগৰ কাম কাজ পৰ্য্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক বৈঠকত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত জলসম্পদ বিভাগে হাতত লোৱা বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে

সুখবৰ
admin

সদ্যঘোষিত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলক ৰঞ্জিত কুমাৰ দাসৰ অভিনন্দন

আজি ঘোষিত হয় কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল। এই পৰীক্ষাত বহুকেইগৰাকী শিক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰে। সফলতা প্ৰাপ্ত শিক্ষাৰ্থী সকলক ভাৰতীয় জনতা

সুখবৰ
admin

মহানগৰীত আজিৰে পৰা আৰম্ভ হ’ল পুনৰ লকডাউন

ক’ৰণা মহামাৰীৰ গণ সংক্ৰমণৰ পৰা মহানগৰীক সুৰক্ষা দিবলৈ প্ৰথম পৰ্যায়ত ১৪দিনৰ লকডাউন দিয়াৰ পিছতে আজিৰে পৰা পুনৰ গুৱাহাটী মহানগৰীত  দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে। দ্বিতীয়

সম সাময়িক
admin

হিম মানৱৰ এলেকাক লৈ সমস্যাত ভূটানবাসী,হিম মানৱ আজিও আছে নে

কিছু বছৰৰ আগতে মেঘালয় গাৰো পাহাৰত কেইজনমান ব্যক্তিয়ে আধা মানুহ আৰু আধা গৰিলা টাইপৰ জন্তু দেখি আচৰিত হৈছিল। ঠিক একে সময়তে ভাৰতীয় সেনাই ট্ৰেকিঙত যাওতে

সুখবৰ
admin

লকডাউনৰ প্ৰভাৱ : নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য পৰিস্ফূট হৈছে দ্বীপৰ বিলৰ পৰা ৰাণী পশ্চিম গুৱাহাটীৰ অঞ্চললৈ

ৰাজ্যত ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে যোৱা ২৪ মাৰ্চৰ পৰা ৰাজ্যত চলি থকা লক ডাউনে ইতিমধ্যে চাৰে তিনিমাহ অতিক্ৰম কৰিছে। এই সময়ছোৱাত জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা

সুখবৰ
admin

দিছপুৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত

গুৱাহাটীৰ দিছপুৰ মহাবিদ্যালয়ত যোৱা শনিবাৰে লেংগুৱেজ এণ্ড কমিউনিকেশ্বন ফৰ লিভিং এণ্ড ৱৰ্কিং শীৰ্ষক বিষয়ৰ সম্পৰ্কত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৱেব সন্মিলন অনুষ্ঠিত হয়।মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ অমৰ শইকীয়াই