উদ্যমী
admin

আনুষ্ঠানিকভাৱে মুকলি হ’ল আৰ জি বৰুৱা পথ সংযোগী উৰণীয়া সেঁতু

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি গণেশগুৰি চাৰিআলি আৰ জি বৰুৱা পথৰ পৰা বিষ্ণু ৰাভা উৰণীয়া সেঁতু সংযোগী নতুনকৈ নিৰ্মাণ কৰি উলিওৱা উৰণীয়া সেঁতুখন আজি আনুষ্ঠানিক ভাৱে

উদ্যমী
admin

চানডুবিকে ধৰি অঞ্চলটোৰ কেবাটাও জলপ্ৰপাত উন্নীতকৰণৰ তৎপৰতা শ্ৰীশ্ৰী সত্য সাই সেৱা সমিতি আৰু ৰংমন ট্যুৰিজিম ছ’চাইটিৰ

গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ ৬০ কিঃমিঃ নিলগৰ অসম মেঘালয় সীমান্তত অৱস্থিত চানডুবি বিল আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ নান্দনিক প্ৰাকৃতিক সৌন্দৰ্যই যিকোনো লোককে বাৰুকৈয়ে আকৰ্ষণ কৰি