অভিনৱ স্প্ৰে উদ্ভাৱন -নিমিষতে পৰিস্কাৰ হ’ব অইলৰ টেংক

অভিনৱ স্প্ৰে উদ্ভাৱন -নিমিষতে পৰিস্কাৰ হ’ব অইলৰ টেংক

অইলৰ টেংক পৰিস্কাৰ কৰিব পৰা স্প্ৰে উদ্ভাৱন কৰি চৰ্চালৈ আহিছে কলিছে প্ৰাইভেট লিমিটেডে।অলপতে  চিগনেছ শীৰ্ষক স্প্ৰে বিধ  উদ্ভাৱন কৰিছে।

 

জানিব পৰা এই বিশেষ স্প্ৰে বিধৰ সহায়ত অতি সহজতে অইল টেংক পৰিস্কাৰ কৰিব পাৰি।সচৰাচৰ অইলৰ টেংক পৰিস্কাৰ কৰাৰ  কামত শ্ৰমিকক  ব্যৱহাৰ কৰা হয়।যি অতিকে ভয়াবহ আৰু শ্ৰমিকজনৰ শৰীৰৰ বাবেও অপকাৰী।ইয়াৰ উপৰিও সময়ৰ পৰিমাণো যথেষ্ট লাগে।

 

চিগনেছৰ সম্পৰ্কত ৰশ্মি ৰাণী বড়োৱে কয় যে স্প্ৰে বিধ পৰীক্ষণ মূলক ভাৱে বিভিন্ন পৰীক্ষাগাৰলৈ পথোৱা হৈছে আৰু অচিৰেই বজাৰত উপলব্ধ হ’ব।উল্লেখযোগ্য যে ইতিপূৰ্বেও চিগনেছে এনেধৰণৰ সামগ্ৰী উদ্ভাৱন কৰিছে।

2 Responses

Leave a Reply

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

Related Posts

ADVERTISEMENT