লাচিত দিৱসৰ অনুভৱ

0 237

IMG-20161124-WA0021

আজি ২৪ নবেম্বৰ, লাচিত দিৱস। পোনপ্ৰথমে জাতীয় বীৰ পুৰুষজনক নিবেদিছো সশ্ৰদ্ধ সোঁৱৰণ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাত হোলুঙাপাৰস্থিত লাচিত মৈদামৰ প্ৰাংগনত পোনপ্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু যোৰহাট জিলা প্ৰশাসনৰ সহযোগত উদযাপিত হ’ল লাচিত দিৱস। উল্লেখযোগ্য যে টাই সংস্কৃতিৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠানৰ লগতে বীৰ লাচিত বৰফুকন শীৰ্ষক বক্তুতানুষ্ঠানৰ অনুষ্ঠিত হয়। আনহাতে বীৰ আৰু কতৰ্ব্যনিষ্ঠাৰ প্ৰতীক লাচিত বৰফুকনক ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয়ত ক্ষেত্ৰত জিলিকাই তোলাৰ মানসেৰে দ্য লিজেণ্ড অৱ লাচিত বৰফুকন নামৰ এখন তথ্যচিত্ৰ ( এম আৰ মোশ্যন পিকচাৰৰ বেনাৰত) ইতিপূৰ্বে মুকলি হয়।

IMG-20161124-WA0019

এনেধৰণৰ প্ৰচেষ্টাৰ যোগেদি লাচিত বৰফুকনে প্ৰতিজন অসমীয়াৰ মানসপটত নকে প্ৰাণ পাই উঠিব বুলি আশা কৰিব পাৰি।

IMG-20161124-WA0018

Leave A Reply

Your email address will not be published.