বয়সে তলাব নোৱাৰা এজন দুদান্ত তৰুণ।শতবৰ্ষ গৰকিবলৈ মাজত মাত্ৰ এটা বছৰ তৰুণজনৰ আছে ।এডাল লাখুটিক সাৰথি কৰিয়ে তেখেতে দৈনন্দিন জীৱনৰ নিজৰ সমস্ত কাম কৰে।পশুধনক চোৱা চিতাৰ উপৰিও এটা ভাটৌক চোৱা চিতা কৰে।শুনি আচৰিত হ’ব এই বয়সতো তেখেতে প্ৰতিদিনে ২কিলো মিটাৰ খোজ কাঢে।তেখেতৰ নাম ক্ষেতেকেশ্বৰ বৰুৱা।গোলাঘাট চান্দমাৰিৰ ১০নং ৱাৰ্ডৰ বাসিন্দা।তেখেতে সুস্বাস্থ্যৰ গৰাকী হোৱাৰ মূলতে আছে দৈনন্দিন জীৱন শৈলী খাদ্যৰ তালিকাত আছে নিৰামিষ ভাত, কল,গাখীৰ আৰু পিঠাগুৰি।জানিব পৰা মতে সৰুৰে পৰা তেখেত স্বাস্থ্যৰ প্ৰতি সজাগ আছিল।১৯৩২ চনত অসমত মহাত্মা গান্ধীক লগ পাইছিল।৯৯বছৰত ভৰি দিয়া এই তৰুণৰ কৰ্ম সকলোৱে আদৰ্শ হৈ ৰওক।সুস্বাস্থ্যৰ গৰাকী হওক।এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা থাকিল বহু শুভকামনা।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য