এ. চি. এম. এ ৰ এক্সপ’

0 280

IMG-20171212-WA0024

অটোমেটিভ কম্পনেণ্ট মেনুফেক্সাৰা এচছিয়েচন অব ইণ্ডিয়াই চমুকৈ একমাই অহা ১৬ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ ACMA Aftermarket Expo আয়োজন কৰিছে। গুৱাহাটী মণিৰাম দেৱান টেড চেণ্টাৰত দ্বিতীয় বাৰলৈ অনুষ্ঠিত হ’বলগীয়া এই এক্সপ’খনৰ লগত সংগতি ৰাখি কৰ্মশালা আৰু চেমিনাৰ আদি অনুষ্ঠিত হ’ব। উল্লেখ্য যে, একমায়ে বিভিন্ন সময়ত অটোম’বাইল ব্যৱসায় প্ৰসাৰ, শৈলী বিকাশ, উদ্যোগৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰি আহিছে। গুৱাহাটীত দ্বিতীয়বাৰলৈ অনুষ্ঠিত হ’ব লগা এই এক্সপ’ খন ভূটান, নেপাল, বাংলাদেশৰ বহুতো কোম্পানীয়ে অংশ গ্ৰহণ কৰিব। আজি ইণ্ডিয়া ক্লাৱত আয়োজন কৰা এক সংবাদ মেলত একমাৰ সঞ্চালক ভিন্নী মেহতাই কয় যে-এই এক্সপ‌’ উত্তৰ পূবত অটোম’বাইলৰ ক্ষেত্ৰখনত এক নতুন মাত্ৰা প্ৰদান কৰিব।

Leave A Reply

Your email address will not be published.