অসম চৰকাৰে নকৈ গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।সদভাৱনা আঁচনিৰ অধীনত ৰৈ থকা সকলো নথি ফাইলৈ গতি লাভ কৰিব।এই সম্পৰ্কে জানিব দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে কয় যে ইয়াৰ জৰিয়তে শিক্ষা, পি ডাব্লিউ ডি, পেঞ্চন, সমাজ কল্যাণ আদি বিভাগৰ কোনো পেঞ্চনজনিত কাম ৰৈ থকা অচিৰেই কাৰ্যকৰী হৈ উঠিব।অহা ১০ নৱেম্বৰ পৰা এই বিশেষ আঁচনিয়ে গতি লাভ কৰিব ।লগতে কয় যে সকলো ধৰণৰ জনসাধাৰণক এই অহা ১০ মে’লৈকে সামৰি লোৱা হ’ব।আজিৰ সংবাদমেলত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ,কৃষি মন্ত্ৰী অতুল বৰা,ৰঞ্জিত দাসৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram