অত্যাধুনিক জাপি তৈয়াৰে সংবাদ শিৰোনাম দখল কৰিলে

0 294

প্ৰযুক্তিবিদ্যাৰ সুপ্ৰয়োগেৰে উজলি উঠিছে এজন ছাত্ৰ । অসম কৃষি বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই  অলপতে এটা অত্যাধুনিক জাপি প্ৰস্তুত কৰি উলিয়াইছে ।ছাত্ৰজনৰ নাম ৰাহুল আমিন।ঘৰ বৰপেটাত।ৰাহুলে তৈয়াৰ কৰা জাপিত পাংখা সংযুক্ত কৰিছে।যাৰ জৰিয়তে কৃষকসকলে গৰমৰ পৰা সকাহ পাব পাৰিব।উল্লেখযোগ্য যে জাপিটোত বিদ্যুৎ আৰু সৌৰ শক্তি সংযোজন কৰা হৈছে ।ইতিপূৰ্বেও ৰাহুলে ঘাঁহ কটা সঁজুলি, গাত খন্দা সঁজুলি নিৰ্মাণ কৰি সংবাদৰ শিৰোনাম দখল কৰিছিল ।

Leave A Reply

Your email address will not be published.