প্ৰযুক্তিবিদ্যাৰ সুপ্ৰয়োগেৰে উজলি উঠিছে এজন ছাত্ৰ । অসম কৃষি বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই অলপতে এটা অত্যাধুনিক জাপি প্ৰস্তুত কৰি উলিয়াইছে ।ছাত্ৰজনৰ নাম ৰাহুল আমিন।ঘৰ বৰপেটাত।ৰাহুলে তৈয়াৰ কৰা জাপিত পাংখা সংযুক্ত কৰিছে।যাৰ জৰিয়তে কৃষকসকলে গৰমৰ পৰা সকাহ পাব পাৰিব।উল্লেখযোগ্য যে জাপিটোত বিদ্যুৎ আৰু সৌৰ শক্তি সংযোজন কৰা হৈছে ।ইতিপূৰ্বেও ৰাহুলে ঘাঁহ কটা সঁজুলি, গাত খন্দা সঁজুলি নিৰ্মাণ কৰি সংবাদৰ শিৰোনাম দখল কৰিছিল ।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন