অধ্যক্ষ ড০ ৰঞ্জন কলিতাই লাভ কৰিলে ৰাষ্ট্ৰীয় কৃতি শৈক্ষিক মুৰব্বী বঁটা বঁ‌টা-২০২০

0 69

দেশৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠান International Institute for Organized Research (I2OR) শিক্ষক দিৱসত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ শিক্ষবিদসকলৰ অসমৰ শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতালৈ ‘ৰাষ্ট্ৰীয় কৃতি শৈক্ষিক মুৰব্বী বঁ‌টা-২০২০’ (National Eminent Academic Leader Award-2020) সন্মান আগবঢ়াইছে। প্ৰতিস্থানটোৱে প্ৰতি বছৰে শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবদানৰ বাবে শিক্ষাবিদসকলক সন্মানীত কৰে । ইতিপূৰ্বে বাংগালোৰৰ শৈক্ষিক প্ৰতিস্থান Institute of Scholaras ৰ পৰা ড০ ৰঞ্জন কলিতাই ‘বৰ্ষশ্ৰেষ্ঠ অধ্যক্ষ’ -২০২০ (Principal of the Year) ৰ বঁ‌টা লাভ কৰিছিল ।
 
খবৰ যুগুতালে বালিপৰাৰ পৰা প্ৰাঞ্জলে..

Leave A Reply

Your email address will not be published.