অধ্যক্ষ ড০ ৰঞ্জন কলিতাই লাভ কৰিলে ৰাষ্ট্ৰীয় কৃতি শৈক্ষিক মুৰব্বী বঁটা বঁ‌টা-২০২০

0 272

দেশৰ অগ্ৰণী শৈক্ষিক অনুষ্ঠান International Institute for Organized Research (I2OR) শিক্ষক দিৱসত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ শিক্ষবিদসকলৰ অসমৰ শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন কলিতালৈ ‘ৰাষ্ট্ৰীয় কৃতি শৈক্ষিক মুৰব্বী বঁ‌টা-২০২০’ (National Eminent Academic Leader Award-2020) সন্মান আগবঢ়াইছে। প্ৰতিস্থানটোৱে প্ৰতি বছৰে শৈক্ষিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবদানৰ বাবে শিক্ষাবিদসকলক সন্মানীত কৰে । ইতিপূৰ্বে বাংগালোৰৰ শৈক্ষিক প্ৰতিস্থান Institute of Scholaras ৰ পৰা ড০ ৰঞ্জন কলিতাই ‘বৰ্ষশ্ৰেষ্ঠ অধ্যক্ষ’ -২০২০ (Principal of the Year) ৰ বঁ‌টা লাভ কৰিছিল ।
 
খবৰ যুগুতালে বালিপৰাৰ পৰা প্ৰাঞ্জলে..

Leave A Reply

Your email address will not be published.