অভিনৱ স্প্ৰে উদ্ভাৱন -নিমিষতে পৰিস্কাৰ হ’ব অইলৰ টেংক

2 400

অইলৰ টেংক পৰিস্কাৰ কৰিব পৰা স্প্ৰে উদ্ভাৱন কৰি চৰ্চালৈ আহিছে কলিছে প্ৰাইভেট লিমিটেডে।অলপতে  চিগনেছ শীৰ্ষক স্প্ৰে বিধ  উদ্ভাৱন কৰিছে।
 
জানিব পৰা এই বিশেষ স্প্ৰে বিধৰ সহায়ত অতি সহজতে অইল টেংক পৰিস্কাৰ কৰিব পাৰি।সচৰাচৰ অইলৰ টেংক পৰিস্কাৰ কৰাৰ  কামত শ্ৰমিকক  ব্যৱহাৰ কৰা হয়।যি অতিকে ভয়াবহ আৰু শ্ৰমিকজনৰ শৰীৰৰ বাবেও অপকাৰী।ইয়াৰ উপৰিও সময়ৰ পৰিমাণো যথেষ্ট লাগে।
 
চিগনেছৰ সম্পৰ্কত ৰশ্মি ৰাণী বড়োৱে কয় যে স্প্ৰে বিধ পৰীক্ষণ মূলক ভাৱে বিভিন্ন পৰীক্ষাগাৰলৈ পথোৱা হৈছে আৰু অচিৰেই বজাৰত উপলব্ধ হ’ব।উল্লেখযোগ্য যে ইতিপূৰ্বেও চিগনেছে এনেধৰণৰ সামগ্ৰী উদ্ভাৱন কৰিছে।

2 Comments
  1. Aditya Kirti says

    They way she is working is appreciable. Best wishes

  2. Dr. Debajit Kalita, FAELS, says

    Innovation of Caliche Private Limited is always looking for eco friendly products. Rashmi Rani Bodo is aligned in same vision.

Leave A Reply

Your email address will not be published.