অসমীয়া ছবিজগতলৈ সুখবৰ।গোৱাত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত জুৰীৰ বিশেষ সন্মান লাভ কৰিছে এখন অসমীয়া ছবিয়ে।ছবি খনৰ নাম ব্ৰীজ।এই ব্ৰীজ নামৰ ছবিখন পৰিচালনা কৰিছে কৃপাল কলিতাই।উল্লেখযোগ্য যে ব্ৰীজে জুৰীৰ বিশেষ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি