অসম তৃণমূল কংগ্ৰেছৰ প্ৰথম মাণ্ডলিক প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত

0 323


আজি মহানগৰীৰ ছাৰ্ভেস্হিত ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত অসম তৃণমূল কংগ্ৰেছৰ প্ৰথম মাণ্ডলিক প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হয়।শিৱিৰত সভাপতি ৰিপুণ বৰা লগতে দলৰ ভালেসংখ্যক ৰাজ্যিক বিষয়ববীয়া উপস্হিত থাকে। দৰং, ওদালগুৰি, তামুলপুৰ, বাক্সা, নলবাৰী, উত্তৰ কামৰূপ, দক্ষিণ কামৰূপ আৰু কামৰূপ মেট্ৰ’ জিলাক সামৰি হোৱা এই প্ৰশিক্ষণ শিৱিৰত জিলা, ব্লক আৰু মণ্ডল সভাপতিসকল আৰু বিষয়ববীয়া উপস্থিত থাকে।কাৰ্যসূচীত দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই চ’চিয়েল মিডিয়া সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.