অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা

0 225

●৩০ অক্টোবৰত ৰাজ্যৰ ৫ টা সমষ্টিত হ’ব উপ-নিৰ্বাচন
●অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা।৩০ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ–নিৰ্বাচন।
●৫টা সমষ্টিৰ বাবে উপ–নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে।
●গোসাঁইগাঁও,ভবানীপুৰ,তামুলপুৰ,মৰিয়নী আৰু থাওৰা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব এই উপ-নিৰ্বাচন।
●১ অক্টোবৰত জাৰি কৰিব অধিসূচনা।মনোনয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ।
●মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৩ অক্টোবৰ।২ নৱেম্বৰত ফলাফল ঘোষণা হ’ব।মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ অক্টোবৰ।
●মাজুলীৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই।সৰ্বানন্দ সোণোৱালে এতিয়াও ত্যাগ কৰা নাই বিধায়ক পদ।

Leave A Reply

Your email address will not be published.