অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাৰ সদ্যঘোষিত ফলাফলত ৩৫ সংখ্যক স্থান লাভ কৰি অসম অসামৰিক সেৱালৈ নিৰ্বাচিত হোৱা আতুৰ কাঠাৰক বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ এটা সজাতি দলে ৭ ডিচেম্বৰত তেঁওক গুৱাহাটীৰ পাটৰকুছিস্থিত বাসগৃহত সম্বৰ্ধনা জনায় । সমিতিৰ সভাপতি বলেশ্বৰ ৰংপী, উপ সভাপতি হিতেশ্বৰ পাটৰ আৰু সাধাৰণ সম্পাদক প্ৰতিভা টেৰণপীৰ নেতৃত্বত যোৱা দলটোৱে আতুৰ কাঠাৰক গামোচা, জাপি আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উজ্বল ভবিষ্যত কামনা কৰে। উল্লেখ্য যে আতুৰ কাঠাৰ অসম ভৈয়াম কাৰ্বি আদৰবাৰ’ৰ সাধাৰণ সম্পাদক অজিত কাঠাৰ আৰু ববিতা টেৰণপীৰ জ্যেষ্ঠ সন্তান।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা