সোমবাৰৰ পৰা নেচাৰ্ছ বেকনৰ উদ্যোগত গণেশ মংগল যাত্ৰাৰ আৰম্ভ।হাতীৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পানীৰ বাবে বিল আৰু আৰ্দ্ৰভূমি সমূহ সুৰক্ষিত কৰাৰ লগতে হাতী আৰু মানুহৰ মাজত সংকট ৰোধ কৰা আদি বিভিন্ন লক্ষ্য আগত ৰাখি নেচাৰ্ছ বেকনে এই গণেশ মংগল যাত্ৰা কাৰ্যসূচী হাতত লৈছে।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত শুভাৰম্ভ কৰা এই অনুষ্ঠানত উপস্থিত থাকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,বি টি চি প্ৰধান প্ৰমোদ বড়োৰ লগতে হাতী সংৰক্ষণ লগত জড়িত কেইবাজনো ব্যক্তি।উল্লেখযোগ্য যে আগন্তুক দহ বছৰ ধৰি নেচাৰ্ছ বেকনে অসমত হাতীৰ সংৰক্ষণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন