আজিৰে পৰা কেতবোৰ নীতি নিৰ্দেশনাৰ মাজেৰে গুৱাহাটীত আনলক-১ প্ৰযোজ্য হৈছে। পূৰ্বতকৈ শিথিলতা অনা হৈছে মহানগৰীত। সমান্তৰালভাৱে পৰিবহন বিভাগে আজিৰে পৰা দুদিনৰ বাবে অৰ্থাৎ সোমবাৰ আৰু মঙলবাৰৰ দিন দুটাত আন্তঃজিলা যাতায়াত ব্যৱস্থা প্ৰযোজ্য কৰিছে। বুধবাৰৰ পিছত পুনৰ বন্ধ হ’ব আন্তঃজিলা যাতায়াত ব্যৱস্থা। উল্লেখযোগ্য যে আজি গুৱাহাটীৰ আই এচ বি টিৰ পৰা উজনি অসমলৈ ৮খন বাছ চলাচল কৰিব। এ এছ টি চিৰ কৰ্তৃপক্ষৰ মতে যদিহে যাত্ৰীৰ সংখ্যা অধিক হয় তেন্তে আৰু অধিক বাছ চলাচলৰ বাবে সাজু আছে কৰ্তৃপক্ষ।
Trending
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)
- তামুলপুৰত জিলা স্বাস্থ্য সমিতিৰ সভা
- এয়াৰটেলে এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে