অসম সাহিত্য সভাৰ জাতীয় আদৰ্শ শিক্ষা সংসদৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ অসম সাহিত্য সভাৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ প্ৰশান্তবিশ্ব শৰ্মা ভৱনত ক’ভিড প্ৰতিৰোধ ভেকচিন প্ৰদান কৰিব । জাতীয় আদৰ্শ শিক্ষা সংসদৰ অধ্যক্ষ ডঃ পৰমানন্দ ৰাজবংশী আৰু অসম সাহিত্য সভাৰ উপ সভাপতি মৃণালিনী দেৱীৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া ভেকচিন প্ৰদান কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াকে প্ৰমুখ্য কৰি সভাৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, সদস্য-সদস্যা , কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ বিষয়ববীয়া, সদস্যই কভিড প্ৰতিৰোধী ভেকচিন ল’ব।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud