আজি বি জে পিত যোগদান কৰিলে বহু কেইগৰাকী শিল্পীয়ে

0 251

সমগ্ৰ ৰাজ্যত নিৰ্বাচনৰ তৎপৰতা বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰাল ভাৱে বৃদ্ধি পাইছে বিভিন্ন জনে ৰাজনৈতিক দলত যোগদান কৰা প্ৰক্ৰিয়া। আজি বি জি পিত যোগদান কৰিছে  বহুকেইগৰাকী যুৱ শিল্পীয়ে।
 
 
 
আজি হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰী ,কৰিঅ’গ্ৰাফাৰে যোগদান কৰে। সেই সমূহৰ ভিতৰত সীমান্ত শেখৰ,দীপক শৰ্মা,প্ৰসন্ন বৰুৱা, কবিন্দ্ৰ দাস, ৰেবা ফুকন,পল ফুকন, পংকজ ইংতি , জয়শ্ৰী গোস্বামী, প্ৰতিমা দেৱী, ড্ৰিমলি গগৈ, বিৰিণা পাঠক, প্ৰাঞ্জনা দত্ত, বিজয় কাশ্যপ ,অংকুৰ ৰাণী, ধ্ৰুৱ কাশ্যপ, কিশোৰ দাস, সিদ্ধাৰ্থ কলিতা, জয় চক্ৰৱৰ্তী, বৈকুণ্ঠ পাঠক, সুদীপ্ত ভৰদ্বাজ, বিকাশ ভৰদ্বাজ, পল্লৱ পৱন বৰা, নিৰৱ মন শৰ্মা, ৰীতিকা হাজৰিকা, ঋষভ শৰ্মা,প্ৰিয়ংকা কলিতা, দীনেশ বিষয়া,আৰোহণ বৰদলৈ,বিকি শৰ্মা অন্যতম।

Leave A Reply

Your email address will not be published.