পুনৰ চৰ্চাত ভাৰত চীনৰ যুদ্ধ প্ৰসংগ

0 238

পুনৰ সংবাদ শিৰোনামা দখল কৰিছে ভাৰত চীনৰ যুদ্ধ প্ৰসংগই । কিয়নো দুয়োখন দেশৰ মাজত হোৱা কূটনৈতিক বৈঠকেও দুয়ো ৰাষ্ট্ৰৰ সম্বন্ধক মসৃন কৰিব পৰা নাই।
 
 
 
বৈঠকৰ সিদ্ধান্ত অনুসৰি সীমান্তৰ বিবাদমান এলেকাৰ পৰা সেনা প্ৰত্যাহাৰ কৰা হ’ব । সেই অনুসৰি ভাৰতে নিজৰ দায়িত্ব পালন কৰিলে যদিও চীনৰ  অগ্ৰাসন আজিও অব্যাহত আছে। যাৰ বিভিন্ন তথ্য উপগ্ৰহীয় চিত্ৰ প্ৰকাশ পাইছে।
 
 
ইয়াৰ পিছতে ভাৰতীয় সেনাৰ চিফ অৱ ডিফেন্সৰ ষ্টাফ বিপিন ৰাবাটে সকীয়নিপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। তেখেতে মন্তব্য কৰে যে লাডাখৰ পিপ’লছ লিবাৰেশ্যন আৰ্মিৰ স্বভাৱ পৰিবৰ্তন নহ’লে প্ৰত্যুত্তৰ দিয়াহে ৰাস্তা খোলা থাকিব। এই খবৰে ভাৰতীয় মেডিয়াত খলকনিৰ সৃষ্টি কৰিছে।

Leave A Reply

Your email address will not be published.