আনুষ্ঠানিকভাৱে ঘোষণা হ`ল বি জে পিৰ প্ৰাৰ্থীৰ তালিকা

0 310

বিজেপিৰ কোনে পালে ক’ত টিকট
মাজুলীৰ পৰা সৰ্বানন্দ সোণোৱাল
জালুকবাৰীৰ পৰা হিমন্ত বিশ্ব শৰ্মা।
পাটাছাৰকুছিৰ পৰা ৰঞ্জিত কুমাৰ দাস।
ঢেকিয়াজুলি- অশোক সিংহাল।
বৰহোলা- গণেশ কুমাৰ লিম্বু
ৰঙাপাৰা- কৃষ্ণ কমল তাঁতী
চতিয়া- পদ্ম হাজৰিকা
বিশ্বনাথত প্ৰমোদ বৰঠাকুৰ
বিহালীত ৰঞ্জিত দত্ত
গহপুৰত উৎপল বৰা
ধিঙত সঞ্জীৱ কুমাৰ বৰা
বটদ্ৰৱাত আঙ্গুৰলতা ডেকা
ৰূুপহীহাটত নাজিৰ হুচেইন
চামগুৰিত অনিল শইকীয়া
সৰুপথাৰত বিশ্বজিত ফুকন
গোলাঘাটত অজন্তা নেওঁগ
খুমটাইত মৃণাল শইকীয়া
যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামী
তিতাবৰত হেমন্ত কলিতা
মৰিয়নীত ৰমানী তাঁতী
নাজিৰাত ময়ুৰ বুঢ়াগোহাঁই
মাহমৰাত যোগেন মহন
সোণাৰিত ধৰ্মেশ্বৰ কোঁৱৰ
থাওৰাত কুশল দেউৰী
শিৱসাগৰত সুৰভি ৰাজকোঁৱৰ
বিহপুৰীয়াত ড০ অমিয় ভূঞা
লখিমপুৰত মানৱ ডেকা
ঢকুৱাখানাত নৱ কুমাৰ দলে
ধেমাজিত ডা০ ৰণোজ পেগু
জোনাইত ভুবন পেগু
মৰাণত চক্ৰধৰ গগৈ
ডিব্ৰুগড়ত প্ৰশান্ত ফুকন
লাহোৱালত বিনোদ হাজৰিকা
দুলিয়াজান তেৰছ গোৱালা
তিংখাঙত বিমল বৰা
নাহৰকটীয়াত তৰংগ গগৈ
তিনিচুকীয়াত সঞ্জয় কিষান
ডিগবৈত সুৰেন ফুকন
মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মা
শদিয়াত বলিন চেতিয়া
ৰাতাবাৰীত বিজয় মালাকাৰ
পাথাৰকান্দিত কৃষ্ণন্দো পাল
কৰিমগঞ্জ উত্তৰত ডা০ মানস দাস
বদৰপুৰত বিশ্বৰূপ ভট্টাচাৰ্য
কাটলচেৰাত সুব্ৰত নাথ
শিলচৰত দ্বিপায়ন চক্ৰৱৰ্তী
লাহৰীঘাটত কৌদিৰু জজমান জিন্নাহ
নগাঁৱত ৰূপক শৰ্মা
বঢ়মপুৰত জিতু গোস্বামী
লামডিঙত শিবু মিশ্ৰ।
সোনাইত আমিনুল হক লস্কৰ
ঢলাইত পৰিমল শুক্লবৈদ্য
উদাৰবন্দ মিহিৰ কান্তি শম
লক্ষীপুৰত কৌশিক ৰায়
বৰখোলাত অমলেন্দু দাস
কাটিগড়াত গৌতম ৰয়
হাফলঙত নন্দিতা গাৰ্লোচা
বোকাজানত নোমল মমিন
ডিফুত বিদ্যা সিং ইংলেং
বৈঠালাংছত ৰূপসিং তেৰাং
কমলপুৰত দিগন্ত কলিতা
ৰঙিয়াত ভৱেশ কলিতা
নলবাৰীত জয়ন্ত মল্ল বৰুৱা
পানেৰীত বিশ্বজিত দৈমাৰী
কলাইগাঁৱত মধুৰাম ডেকা
মঙলদৈত গুৰুজ্যোতি দাস
মাজবাটত জিতু কৃষাণ
জাগীৰোজত পীযুষ হাজৰিকা
মৰিগাঁৱত ৰমাকান্ত দেউৰী।

Leave A Reply

Your email address will not be published.