কালিৰে পৰা আৰম্ভ হ’ল তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ এই মহোৎসৱ।এই মহোৎসৱখন অহা ৬নবেম্বৰলৈকে অনুষ্ঠিত হ’ব।চলচিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিশ্ববাসীক একতাৰ দোলাৰে বন্ধাৰ ক্ষেত্ৰত চলচিত্ৰৰ গুৰুত্ব সৰ্বাধিক।অসমৰ চহকী সম্পদ সংস্কৃতিক বিশ্ববাসীৰ আগত চলচিত্ৰৰ মাধ্যমেৰে দাঙি ধৰিবলৈ চলচিত্ৰ পৰিচালক মধুৰ ভাণ্ডাৰক আহ্বান জনায়।আনহাতে অনুষ্ঠানত উপস্থিত থাকি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে কয় যে বছৰত সৰ্বাধিক ২০খন ছবি নিৰ্মাণৰ বাবে চৰকাৰে আৰ্থিক সাহাৰ্য্য প্ৰদানৰ কথা ঘোষণা কৰে।অনুষ্ঠানত অভিনেতা আদিল হুছেইন,প’লেণ্ডৰ ছবি নিৰ্মাতা খ্ৰীষ্ট’ফ জানুছি ,টাইৱানৰ ৰাষ্ট্ৰদূত টেইন ছুম কোৱাঙকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index