কালিৰে পৰা আৰম্ভ হ’ল তৃতীয় গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় চলচিত্ৰ এই মহোৎসৱ।এই মহোৎসৱখন অহা ৬নবেম্বৰলৈকে অনুষ্ঠিত হ’ব।চলচিত্ৰ মহোৎসৱখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে বিশ্ববাসীক একতাৰ দোলাৰে বন্ধাৰ ক্ষেত্ৰত চলচিত্ৰৰ গুৰুত্ব সৰ্বাধিক।অসমৰ চহকী সম্পদ সংস্কৃতিক বিশ্ববাসীৰ আগত চলচিত্ৰৰ মাধ্যমেৰে দাঙি ধৰিবলৈ চলচিত্ৰ পৰিচালক মধুৰ ভাণ্ডাৰক আহ্বান জনায়।আনহাতে অনুষ্ঠানত উপস্থিত থাকি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে কয় যে বছৰত সৰ্বাধিক ২০খন ছবি নিৰ্মাণৰ বাবে চৰকাৰে আৰ্থিক সাহাৰ্য্য প্ৰদানৰ কথা ঘোষণা কৰে।অনুষ্ঠানত অভিনেতা আদিল হুছেইন,প’লেণ্ডৰ ছবি নিৰ্মাতা খ্ৰীষ্ট’ফ জানুছি ,টাইৱানৰ ৰাষ্ট্ৰদূত টেইন ছুম কোৱাঙকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Trending
- ডিব্ৰুগড় চহৰত অম্ৰুটৰ অধীনত নিৰ্মীয়মান পানী যোগান প্ৰকল্পসমূহ পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
- জামুগুৰিহাটৰ নাহৰবাৰীত দূস্প্ৰাপ্য ঈগল চৰাই উদ্ধাৰ
- কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত অসম ৰাজ্যিক কংগ্ৰেছ দলৰ তিনি যুৱক-৪০৮০ কিলোমিটাৰ যাত্ৰাৰ অন্তত শ্ৰীনগৰ লালচকত সামৰণী
- ঢকুৱাখনাত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন
- পথৰুঘাটৰ কৃষকৰ আত্মত্যাগৰ ইতিহাসক দেশ-বিদেশত প্রচাৰ উদ্দেশ্যে তথ্য চিত্ৰ নিৰ্মাণ কৰিব ৰাজ্য চৰকাৰে
- অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালকৰ নাম ঘোষণা
- শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ বিংশতিতম বাৰ্ষিক অধিবেশন আৰম্ভ
- খানামুখত মিনি ফুটবল প্ৰতিযোগিতা আৰম্ভ
- তিনিচুকীয়াৰ জিলা প্ৰশাসনৰ সৈতে অইল ইণ্ডিয়াৰ গ্ৰামোন্নয়ন চুক্তি
- গুৱাহাটী মহানগৰীৰ উন্নয়ন সন্দৰ্ভত ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ