উত্তৰ পূৰ্বাঞ্চলৈ এটাৰ পাছত এটা ভাল খবৰ

0 303


Bishesh-Huirem_Transgender_gay_manipur-1

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুখবৰ| মণিপুৰৰ এগৰাকী কিন্নৰে আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে । বিশেচ হুইৰেম নামৰ কিন্নৰ গৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি থাইলেণ্ডত আনুষ্ঠিত হ’বলগীয়া মিছ ইন্টাৰনেচনেল বিউটি কুইন কন্টেষ্টত অংশ লোৱাৰ বাবে প্ৰস্তুতি চলাইছে । উল্লেখযোগ্য যে ৯ নবেম্বৰত থাইলেণ্ডৰ চনবুৰীত এক প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। বিশেচ হুইৰেম পেছাত এগৰাকী ফেশ্বন ডিজাইনাৰ । ইতিমধ্যে বিশেচ হুইৰেমে মণিপুৰৰ ভ্ৰাম্যমান থিয়েটাৰটো অভিনয় কৰিছে । শেহতীয়াকৈ বিশেচে কঢ়িয়াই অনা সুখবৰে সকলোকে আনন্দিত কৰিছে।

 

Leave A Reply

Your email address will not be published.